Types of Stroke

 'ষ্ট্ৰক' কেই প্ৰকাৰৰ?
ষ্ট্ৰক সাধাৰণতে তিনি প্ৰকাৰৰ|

  • EMBOLIC STROKE  অন্তঃশল্যতা (Embolic) এই বিধ ষ্ট্ৰক হৃদৰোগ থকা ব্যক্তিৰ, শৰীৰত তেজৰ ধমনীত জমা হোৱা তেজৰ টুকুৰা মগজুৰ ধমনীত গৈ তেজ চলাচল কৰাত ব্যাঘাট জন্মায়|
  • THROMBOEMBOLIC STROKE ঘনষ্ট্ৰতা(THROMBOEMBOLIC)শৰীৰত তেজৰ কলেষ্টৰেলৰ পৰিমান বেছি হ'লে ধমনী সমূহৰ ভিতৰত  চৰ্বী জমা হৈ ঠেক হৈ যায় আৰু বয়সৰ লগে লগে তেজ চলাচল কৰাত ব্যাঘাত জন্মায়|
  • HEMORRHQGIC ৰক্তস্ৰাৱ(HEMORRHQGIC STROKE)

যেতিয়া কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ থাকে তেতিয়া ধমনীসমূহৰ দুৰ্বল অংশ (Aneurysms) কাটি যায় আৰু ৰক্ত ‍ক্ষ‍ৰন হয় আৰু মগজুৰ ৰক্ত সঞ্চালনত ব্যাঘাট জন্মায় আৰু এজন ব্যক্তিৰ ষ্ট্ৰক হয়|

Thrombotic Stroke ani

Hemorrhagic Stroke ani

 

 

 

News & Events

The Family Guide (Facts about Aphasia and Stroke) has been published in Bengali and is available on request from Ratna Sagar Publishers, New Delhi.

Read More

Disclaimer

This association cannot offer any medical advice or assess any medical-neurological condition.

Read More

Site Designed by Premier Technologies