Who acquires aphasia?
বাকৰুধ কাৰ হব পাৰে?
ষ্ট্ৰক বা বাকৰুধ যিকোনো লোকৰ, যিকোনো বয়সৰ, খীন, শকত, জাতি, ধৰ্ম, পুৰুষ-মহিলাৰ হব পাৰে, কিন্তু নিৰামিষ ভোজন কৰা ব্যক্তিৰ আমিষ ভোজন কৰা ব্যক্তিতকৈ এই ৰোগ কম হয়| যি কোনো লোকে ব্লাড প্ৰেছাৰ, কলেষ্টল, শৰ্কৰা, হাৰ্টৰ অসুখ, কোনো ধৰণৰ শাৰিৰীক ব্যায়াম নকৰা ব্যক্তিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি|

