Stroke Treatment
ষ্ট্ৰকৰ চিকিত্সা|
বৰ্ত্তমান সময়ত এই ৰোগৰ বহুত চিকিত্সা পদ্ধতি আবিস্কাৰ হৈছে| এই ৰোগৰ বাবে অতি প্ৰয়োজনীয় কথাটো হ'ল যিমান পাৰি সোনকালে চিকিত্সালয়ত ভৰ্তি কৰিব কৰাব লাগে| মেডিচিন আৰু চাৰ্জাৰী দুয়োটা পদ্ধতিয়েই ৰোগ অনুযায়ী প্ৰয়োগ কৰা হয়| যেনে-
TISSUE PLANMINOGEN ACTIVATION (MEDICATION): এই চিকিতসা ষ্ট্ৰক হোৱাৰ 6 ঘণ্টাৰ ভিতৰত দিব পাৰিলে তেজৰ চলাচল ব্যাহত থকাত সহায় কৰে|
THE MERCI RETRIVAL SYSTEM (ADEVIAL): এই চিকিত্সা পদ্ধতিত ষ্ট্ৰক ৰোগীক এক সজুলিৰ দ্বাৰা গোটমাৰি থকা তেজখিনি ভাঙি দিব পাৰে আৰু তেজ চলাচল প্ৰক্ৰিয়াত সহায় কৰে|
THE PENUMBRA SYSTEM (ADEVIAL): এই পদ্ধতিত গোটমৰা তেজ সমূহ (Suction) কৰি বাহিৰলৈ ওলিয়াই আনিব পাৰি|

