Primary Progressive Aphasia
প্ৰাথমিক ক্ৰমোন্নত বাকৰুধ
PRIMARY PROGRESSIVE APHASIA মানে কি?
PRIMARY PROGRESSIVE APHASIA মানে হ'ল যেতিয়া এজন ব্যক্তিয়ে বাকৰুধ ৰোগৰ বাবে লাহে লাহে কথা কব নোৱাৰা তথা ভাষা প্ৰয়োগ কৰিবৰ বাবে মানসিক সৃষ্টিশীলতাক ব্যাঘাট কৰে| অৱশ্যে স্মৃতি শক্তি, ভাবিব পৰা শক্তি সাধাৰণভাবেই থাকে| এই ৰোগী সাধাৰণ জীৱন দাৰন কৰিব পাৰে| এইৰোগৰ লক্ষণসমূহ হ'ল কিছুমান শব্দ, বা ভাষা ব্যৱহাৰ কৰাত অসুবিধা হয় আৰু লাহে লাহে মানসিক অৱস্থাৰ অৱনতি হয় আৰু কথা কবলৈ অসুবিধা হয়| এই ৰোগ সাধাৰণতে 55 ৰ পৰা 65 বছৰ বয়সৰ লোকৰ হয়| এই ৰোগৰ লক্ষণ সমূহ হ'ল -
- ভাষা প্ৰয়োগ কৰোতে উচ্ছাৰণ কৰিব নোৱাৰে|
- কথা কওঁতে শব্দ প্ৰয়োগ বা মানুহৰ নাম পাহৰি যোৱা|
- লাহে লাহে কথা কব নোৱাৰা হৈ যোৱা|
- লিখিব নোৱাৰা হোৱা ইত্যাদি| এইৰোগ সাধাৰণতে ALZHEIMER'S ৰোগৰ কাৰনে হ'ব পাৰে|

