Can people who have aphasia return to their jobs?
বাকৰুধ হোৱা ব্যক্তি সকলে পুনৰ কৰ্ম কৰিব পাৰেনে?
এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে ব্যক্তিজনৰ কৰ্মৰ পদ্ধতিটো কি| যদিহে ব্যক্তিজনৰ কৰ্ম কথা কব লগীয়া হয় তেন্তে কিছু পৰিমানে অসুবিধা হয়, কিন্তু তেওঁৰ কৰ্মপদ্ধতি যদি সলনি কৰে বা কেইবাজনো ব্যক্তিৰ লগত একে লগে কৰে এনে ৰোগীয়ে কৰ্ম কৰাত অসুবিধা নহয়|

