What is a stroke?
ষ্ট্ৰক কাক কয়?
'ষ্ট্ৰক'(STROKE) মানে এক মগজুৰ ৰোগ যেতিয়া তেজ কঢ়িয়াই নিয়া ধমনী সমূহে তেজৰ সঞ্চালন কৰাত ব্যৰ্থ হয় তেতিয়া মগজুৰ কুশ সমূহ অক্সিজেন (Oxygen) ৰ অভাৱত মৰি যায় আৰু হঠাতে এই ৰোগ হয়| এই ৰোগ হলে শৰীৰৰ এভাগৰ দুৰ্বলতা, কথা কোৱাত অসুবিধা, খোজ কৰাত অসুবিধা, দৃষ্টি শক্তি, স্পৰ্শ, অনুভৱ শক্তি কমি যায়|

