Transient Ischemic Attack
ট্ৰেনজিয়েণ্ট ইচ্কেমিক ষ্ট্ৰ'ক
এই ৰোগ এক অস্থায়ী ষ্ট্ৰক| যেতিয়া কম সময়ৰ বাবে মগজুত তেজৰ চলাচল বন্ধ হৈ যায়| এই ৰোগৰ অস্থায়ী লক্ষন সমূহ হ'ল, কথা কব নোৱাৰা, শৰীৰৰ দুৰ্বলতা, ভাৰসাম্য হেৰুওৱা, দৃষ্টি শক্তি, স্পৰ্শৰ ব্যাঘাট হয়| এই লক্ষন সমূহ 10ৰ পৰা 15 মিনিটৰ পাছত নাইকীয়া হয়| এই ৰোগ এবাৰ হ'লে 40%ৰ পৰা 50% দুবাৰ হোৱাৰ সম্ভাৱনা থাকে|

