Aphasia and stroke Association of India
Letter to support Job Search
ভাৰতৰ বাকৰুধ(Aphasia) আৰু 'ষ্ট্ৰক' (Stroke) ৰোগীৰ সংগঠনঃ
মাননীয়
মহোদয়,
ভাৰতৰ বাকৰুধ (Aphesia) আৰু (Stroke) ৰোগীৰ এজন কৰ্মী হিচাপে মই এই ৰোগী সকলক সহায় কৰিবৰ বাবে আবোদন কৰিছো|
আমি জানো যেএজন ৰোগীৰ ষ্ট্ৰক হোৱাৰ পাছত বিভিন্ন ধৰণৰ শাৰিৰীক অক্ষমতাই দেখা দিয়ে, যেনে কথা ক'ব নোৱাৰা, পঢ়িব নোৱাৰা, বুজি নোপোৱা আৰু লিখিব নোৱাৰা, খোজ কাঢ়িব নোৱাৰা, দৃষ্টিশক্তি কমি যোৱা ইত্যাদি| এই ৰোগ যদি ঘৰৰ প্ৰধান আয় কৰা ব্যক্তিজনৰ হয় তেন্তে ঘৰৰ সকলো লোকেই অৰ্থনৈতিক দিশত ভূগিব লাগে| অৱশ্যে কিছুমান লোকে চিকিত্সা কৰাৰ পাছত কিছু পৰিমানে কৰ্ম কৰিব থাকিব পাৰে|
গতিকে আমি এনে ৰোগী সকলৰ প্ৰতি সহানুভূতিৰে সেৱা আগবঢ়াব লাগে, ইয়াৰ দ্বাৰা আমাৰ সভ্যতা সংস্কৃতি অটুত ৰাখিব পাৰিম|
সেয়েহে এই ৰোগী সকলক আৰু পৰিয়ালৰ লোকক সংস্থাপন কৰি দিবৰ বাবে আবেদন জনাইছো|
আপোনাৰ সহায় সহযোগেৰে এনে লোকৰ পৰিয়ালৰ মঙ্গল হ'ব আৰু আত্মনিৰ্ভৰশীলেৰে সমাজত জীয়াই থাকিব পাৰিব|
ইতি,
আপোনাৰ বিশ্বাসী
Subhash C. Bhatnagar
Ph.D. CCC-SLP
subhash.bhatnagar@mn.edu

