What is aphasia?
বাকৰুধ মানে কি ?
বাকৰুধ হল এক ৰোগ, যেতিয়া এজন ব্যক্তিয়ে কথা কব নোৱাৰা হয় পঢ়িব নোৱাৰা হয় বা লিখিব নোৱাৰা হয়| এই ৰোগ সাধাৰণতে মগজুৰ ষ্ট্ৰক বা ৰক্তঘাত বা মগজুৰ দুৰ্ঘটনাত কোনো এংশ অকামিলা হৈ যোৱা বাবে হয়| এই ৰোগৰ লোক সকলে স্মৃতি শক্তি, চিন্তা কৰিব পৰা শক্তি, কথা কওঁতে সঠিক শব্দ বা বাক্য প্ৰয়োগ কৰোতে অসুবিধাৰ সম্নূখীন হয়| ইয়াৰ ওপৰি ৰোগীজনে নিজৰ ভাষা কওঁতে অন্য লোকে বুজিব নোৱাৰে আৰু লাহে লাহে পঢ়িব পৰা আৰু লিখিব পৰা ক্ষমতা কমি যায়

