dos

How the Family Should Help the Stroke Victim

ষ্ট্ৰক ৰোগীৰ প্ৰতি পৰিয়ালৰ দায়িত্ব|

1. এই ৰোগৰ কাৰণ সমূহ জানিব লাগে আৰু লক্ষ‍ণ সমূহৰ অৱগত হ'ব লাগে|
2. এই ৰোগৰ হোৱা ব্যক্তি জনৰ সক্ষ‍সতা অনুযায়ী চিকিতসা দিব লাগে|
3.    ৰোগীৰ অভিভাৱক সদায় এজন স্নায়ুবিশেষজ্ঞ, মেডিচিনৰ চিকিত্সকৰ লগত পৰামৰ্শ লৈ Rehabilitationৰ সুবিধা থকা চিকিত্সালয়ত বিভিন্ন বিশেষজ্ঞৰ দ্বাৰা চিকিত্সা কৰাব লাগে|
4. বিভিন্ন বিশষজ্ঞ যেনে Medicine Specialist, Neurologist, Psychologist, Speth Therapist, Occupational Therapisৰ সহায় ল'ব লাগে|
5. ৰোগীক অত্মনিৰ্ভৰশীল হ'বৰ বাবে শাৰিৰীক তথা মানসিক উন্নতিৰ বাবে বা কথা কবলৈ বা অন্য ব্যক্তিৰ লগত যোগাযোগ কৰিবলৈ উতসাহিত কৰিব লাগে, ইয়াৰ বাবে ৰোগী 1 ৰ পৰা 10লৈ (Counting) হিচাপ, পদ্য পাঠ কৰা, নমস্তে বা জয়হিন্দ কবলৈ অভ্যাস কৰা বা বহক বুলি কবলৈ অভ্যাস কৰাব লাগে|
6. ৰোগীয়ে চিকিত্সকৰ পৰামৰ্শ অনুযায়ী মানসিক ব্যায়াম তথা বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ ৰাখিবলৈ সুবিধা দিব লাগে|

7. ইয়াৰ ওপৰি ৰোগীক সময়মতে সকলো কাম কৰিবলৈ এক ৰুটিন বনাই দিব লাগে|
8. ৰোগীজনক পৰিয়ালৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে অনুভৱ কৰিবলৈ দিব লাগে, তেওঁক অৱহেলা কৰিব নালাগে|
9. তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে যি কোনো কৰিব নালাগে|
10. ৰোগী জনৰ অস্বভাৱিক ব্যৱহাৰ যেনে - হঠাত কন্দাকটা, হাঁহি দিয়া ইত্যাদি কথাত ইতিকিং কৰিব নালাগে|

 

 

News & Events

The Family Guide (Facts about Aphasia and Stroke) has been published in Bengali and is available on request from Ratna Sagar Publishers, New Delhi.

Read More

Disclaimer

This association cannot offer any medical advice or assess any medical-neurological condition.

Read More

Site Designed by Premier Technologies