Aphasia in Multiple Languages
বাকৰুধ (Aphasia) বহুভাষি লোকৰ বাবে|
বাকৰুধ(Aphasia) হ'লে যিজন ব্যক্তিয়ে দুই বা ততোধিক ভাষা কব পাৰে সকলো ভাষাই ব্যাঘাট হয়, অৱশ্যে ভাষাৰ পৰিধি অনুযায়ী কম বেছি পৰিমানে ৰোগীজনে কথা কোৱাত অসুবিধা হয়| ৰোগীজনৰ বিভিন্ন ভাষাৰ আদান প্ৰদান কৰোতে কিছুমান ভাষা সহজ হয় যদিহে তেওঁ ব্যৱহাৰ কৰা ভাষাটো আমি সকলোৱে এনে ৰোগীক মানসিক ভাৱে উতসাহিত কৰিব লাগে, তেওঁ যি ভাষাই কৈ ভাল পায় সেই ভাষাতেই যোগাযোগ কৰিব লাগে|

