Don’ts
What Should the Family Avoid Doing?
ৰোগীৰ পৰিয়ালৰ লোকে কি কৰা অনুচিত
1. ৰোগীজনৰ ৰোগটোলৈ দুখ প্ৰকাশ কৰিব নালাগে, তেনে কৰিলে ৰোগীজনৰ মনৰ বিশ্বাস হেৰাই যাব পাৰে|
2. ৰোগীয়ে ইচ্ছা নকৰিলে কথা পাতিব নালাগে|
3. কঠিন শব্দ ৰোগীক প্ৰয়োগ কৰিবলৈ দিব নালাগে|
4. ৰোগীক কঠিন কাম কৰিবলৈ দিব নালাগে|
5. ৰোগীয়ে কঠিন শব্দ বা বাক্য উচ্চাৰণ কৰিব নোৱাৰিলে, বেছিকৈ বল প্ৰয়োগ কৰিব নালাগে, অন্যথা ৰোগীৰ আত্মবিশ্বাস বা মনোবল কমি যাব পাৰে|
6. ৰোগীয়ে যি ধৰনে নিজৰ ভাব ধাৰা প্ৰকাশ কৰিব বিচাৰে, তেনে ধৰণেই কৰিবলৈ উতসাহিত কৰিব লাগে|
7. ৰোগীজন সম্পূৰ্ণ ভাল হৈ যাব বুলি মিছা আশ্বাস দিব নালাগে|
8. ৰোগীক অকলশৰীয়াকৈ ৰাখিব নালাগে|
9. কেতিয়াবা ৰোগীয়ে কান্দিব বিচাৰিলে বাধি দিব নালাগে, ই এক প্ৰাকৃতিক প্ৰকাশ ভঙ্গী|
10. ৰোগীক কেতিয়াও অৱহেলা কৰিব নালাগে|

